Tuesday 12 May 2015

বিংশ-একবিংশ শতাব্দীৰ কিছুমান আলিমৰ



বিংশ-একবিংশ শতাব্দীৰ কিছুমান আলিমৰ লিখনীত পূর্বৱর্তী ছালাফে-ছালেহীনৰ জ্ঞানৰ ধাঁচ পোৱা যায়, ফিক্বহৰ ইলম পৰিদৃষ্ট হয়। তেনেকুৱা ভালেইকেইজন আছে। সিহঁতে লিখা কিতাপবোৰৰ বাংলা বা অসমীয়া অনুবাদ নিচেই তাকৰ৷
কিন্তু মই যিহঁতৰ কিছুমান লিখা পঢ়িছো সিহঁত হলঃ

১. শ্বাইখ আব্দুল আযীয বিন বায (ৰহঃ) ৷
২. শ্বাইখ নাছিৰ উদ্দীন আলবানী (ৰহঃ) ৷
৩. শ্বাইখ মুহাম্মাদ বিন ছালেহ আল-উছাইমীন (ৰহঃ) ৷
৪. শ্বাইখ ছালেহ আল-ফাওযান (হাফিজাহুল্লাহ) ৷
৫. শ্বাইখ ছালেহ আল-মুনাজ্জিদ (হাফিজাহুল্লাহ) ৷

কিন্তু মই আটাইতকৈ বেছি অনুপ্রাণিত হৈছো শ্বাইখ ছালেহ আল-মুনাজ্জিদ (হাফিজাহুল্লাহ) ৰ লিখনীৰ মাধ্যমত ৷
তেখেত সকলৰ কিতাপবোৰ পঢ়িলে কেইটামান বিষয় দেখা পোৱা যায়৷ যেনেঃ
১. তাওহীদুৰ ৰূবুবীয়্যাহ, তাওহীদুল উলূহীয়্যাহ আৰু তাওহীদুল আছমা অছ ছিফাতৰ বিষয়ে বিস্তাৰিত জ্ঞান ৷
২. শ্বিৰ্ক বিদ'আতৰ বিৰুদ্ধে কঠোৰতা আৰু ছুন্নাহ পালনত উৎসাহ প্রদান ৷
৩. ফিক্বহী মছলা মাছাইলত সীমালঙ্ঘন কৰা নহয় আকৌ এৰি দিয়াও নহয় ৷
৪. তাকৱা আৰু পৰহেজগাৰীৰ প্রতি গুৰুত্ব প্রদান।

হে আল্লাহ আমাক ছালফে-ছালেহীনৰ পথ অনুযায়ী চলাৰ তৌফিক দিয়া । আমীন


কোৰআন আৰু ছুন্নাহ অনুসৰি (শির্ক বিদাত মুক্ত) আমল কৰিবলৈ আপুনি তলত দিয়া আলিম বা বক্তা সকলৰ অডিঅ-ভিডিঅ চাব পাৰে ৷

বাংলা বক্তাৰ বাবে-
1. শাইখ মতিউৰ ৰহমান মাদানী ৷
2. শাইখ আমানুল্লাহ বিন ইচমাঈল ৷
3. প্রফেছৰ কাজী মুহাম্মদ ইব্ৰাহীম৷
4. শাইখ কামালুদ্দীন জাফৰী ৷
5. শাইখ আব্দুৰ ৰাজ্জাক বিন ইউছুফ ৷
6. শাইখ ছাইফুদ্দীন বেলাল মাদানী ৷
7. শাইখ মুযাফ্ফৰ বিন মুহছিন ৷
8. ড. মুহাম্মদ মানজুৰে ইলাহী ৷
9. ড. আছাদুল্লাহ আল গালিব ৷
10. ড. আব্দুল্লাহ জাহাঙ্গীৰ ৷

[https://www.facebook.com/towards.understanding.islaam/photos/a.1478181022434666.1073741826.1478153109104124/1578745602378207/?type=1&theater]
কোৰআন আৰু ছুন্নাহ অনুসৰি (শির্ক বিদাত মুক্ত) আমল কৰিবলৈ আপুনি তলত দিয়া আলিম বা বক্তা সকলৰ অডিঅ-ভিডিঅ চাব পাৰে ৷

বাংলা বক্তাৰ বাবে-
1. শাইখ মতিউৰ ৰহমান মাদানী ৷
2. শাইখ আমানুল্লাহ বিন ইচমাঈল ৷
3. প্রফেছৰ কাজী মুহাম্মদ ইব্ৰাহীম৷
4. শাইখ কামালুদ্দীন জাফৰী ৷
5. শাইখ আব্দুৰ ৰাজ্জাক বিন ইউছুফ ৷
6. শাইখ ছাইফুদ্দীন বেলাল মাদানী ৷
7. শাইখ মুযাফ্ফৰ বিন মুহছিন ৷
8. ড. মুহাম্মদ মানজুৰে ইলাহী ৷
9. ড. আছাদুল্লাহ আল গালিব ৷
10. ড. আব্দুল্লাহ জাহাঙ্গীৰ ৷

ইংৰাজীৰ বাবে-
1. Dr. Zakir Naik
2. Mufti Ismail Menk.
3. Dr. Bilal Philips.
4. Sheikh Assim Al Hakeem.
5. Dr. Muhammad Salah.

ুউৰদু বা হিন্দীৰ বাবে-
1. Sheikh Wasiullah Abbas. (বিজ্ঞ আলিম)
মক্কাৰ উম্মুল কুৰৰাহ বিশ্ববিদ্যালয়ৰ পৰা এম.এ আৰু পিছত হাদীছৰ উপৰত পি.এইচ.ডি কৰিছে। ১৯৭৯ চনৰ পৰা তেথেত উম্মুল কুৰৰাহ বিশ্ববিদ্যালয়ত এম.এ আৰু পিএইচডি ছাত্র সকলক তাফছীৰ, হাদীছ, হাদীছৰ উছুল শিক্ষা দি আছে। ইয়াৰ ওপৰিও বর্তমান তেখেতে মসজিদুল হাৰামত ১৫ বছৰ ধৰি নিয়মিত আৰবী আৰু উর্দু ভাষাতে দাৰ্স (ভাষণ) দি আছে৷
2. Sheikh Abu Zaid Zameer.
3. Sheikh Tauseef Ur Rahman.
4. Sheikh Jalaluddin Qasimi.
5. Adv. Faiz Syed.
6. Yasir Al Jabri.
7. Talibur-ur-Rehaman.
8. Jarjees ansari.
9. Sheikh Meraj Rabbani.
10. Br. Imran
 — ‎with ‎Merajul Hoqueব্লগার খালিদ ইবনে ওলিদAinul Hoque and 36 others‎.‎

No comments:

Post a Comment