Friday 13 November 2015

মুছলিম সকলৰ মাজত বহুল ভাবে প্ৰচলিত কেইটামান -শ্বিৰকি আৰু কুফৰী কাম

Mukib Rahman to ইছলামৰ সঠিক আকিদাহ আৰু আমল (অসম)
9 hrs ·
মুছলিম সকলৰ মাজত বহুল ভাবে প্ৰচলিত কেইটামান -শ্বিৰকি আৰু কুফৰী কাম
👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻
১. আল্লাহৰ বাহিৰে আন কাৰো নামত শপত খোৱা ৷
২. গ্ৰহ-নক্ষত্ৰক মানুহৰ ভাগ্যৰ কল্যান বা অকল্যানকাৰী বুলি বিস্বাস কৰা ৷
৩. সুলক্ষণ বা কুলক্ষণত বিশ্বাস কৰ ৷
৪. যুগ বা সময়ক গালি দিয়া।
৫. তকদীৰৰ প্ৰতি অসন্তুষ্ট হোৱা।
৬. কল্যাণৰ আশাত আঙুঠি , তাৱীজ , মালা আদি পৰিধান কৰা ।
৭. ৰছুল (ছঃ) আৰু অলি আউলিয়া সকল গায়িব
জানে বুলি বিশ্বাস কৰা।
৮. জ্যোতিষী আৰু গণকৰ কথা বিশ্বাস কৰা ।
৯. হাত চাই ভাগ্য নিৰ্ধাৰণ কৰা।
১০. ছালাত (নামাজ) পৰিত্যাগ কৰা।
১১. দ্বীনৰ কোন বিষয়ক লৈ ঠাট্টা বা তাচ্ছিল্য কৰা।
১২. বিজাতীয় কুফৰী মতবাদ (যেনে: ধৰ্মনিৰপেক্ষতা , গণতন্ত্ৰ , বিৱৰ্তনবাদ আদিত) বিশ্বাস কৰা কিংবা এইবোৰ লৈ সন্তুষ্ট থকা ।
১৩. আল্লাহক এৰি পীৰ, কবৰ, মাজাৰ বা আন কোনোবাৰ ওচৰত ছিজদা কৰা।
১৪. জিন্দা পীৰ , মুৰ্দা পীৰ চাহাবৰ ওচৰত বা কবৰ, মাজাৰত কিবা বিচৰা ।
১৫. পীৰে জান্নাতলৈ লৈ যাব পাৰে , এনেকুৱা বিশ্বাস (আকীদা) ৰখা ।
১৬. কবৰত উৰুছ, মেলা আদিৰ অনুষ্ঠান উদযাপন কৰা আৰু এই উপলক্ষে তাত নানা ৰকম শ্বিৰকি কামত লিপ্ত হোৱা ।
১৭. মাজাৰত দান-বৰঙনি দিয়া ।
১৮. ৰিয়া অৰ্থাৎ মানুহক দেখুওৱাবৰ বাবে ইবাদত কৰা ।

No comments:

Post a Comment